assamese love shayari | Love shayari in assamese for g
irlfriend
মোৰ সুখ, মোৰ পৃথিৱী, মোৰ শুভকামনা সকলো তোমাৰ পৰা আৰম্ভ হয় আৰু তোমাতেই শেষ হয়। ____________________________
কষ্ট দিয়া নহয়, যত্ন কৰি আগলৈ জীয়াই ৰখাৰ নামেই হ'ল ভালপোৱা। ____________________________ অসমীয়া ডাইলগ loveভালপোৱানো ভালদৰে নাজানো কিন্তু তুমি কাষলে ভালপোৱাৰ সকলো সজ্ঞা সম্পূৰ্ণ হৈ উঠে। ____________________________
মোৰ হৃদয়ত তোমাৰ প্ৰতিচ্ছবি দেখুৱাব নোৱাৰিম, মোৰ হৃদয়ত তোমাৰ স্থান দেখুৱাব নোৱাৰিম, তুমি মোৰ বাবে কি? ইয়া…
Social Plugin